নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি অসম চমু পৰ্শ্ন উওৰ
নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি অসম চৰকাৰ
1 তলত দিয়া কোনবিধ মৌল এলকালি (খাৰ) ধাতু নহয়।
(a) Sio2
(b) Mgco3
(c) FeO
(d) CaO
উত্তৰ: (a)
2তলত দিয়া কোনটো যৌগ চূণশিল?
(a) Ca C2
(b) Cao
(c) Ca CO,3
(d) Ca SO,4
উত্তৰ: (c)
3.সংস্পর্শ পদ্ধতিত ব্যৱহাৰ কৰা অনুঘটকটো কি?
(a) ভেনেডিয়াম পেন্ট 'ক্সাইড
(b) মলিবডেনাম
(c) নিকেল
(d) আইৰন
উত্তৰ: (a)
3.ছালফাইড আকবিকবোৰ কি পদ্ধতিবে গাঢ়ীকৰণ কৰা হয়?
(a) কিউপেলকৰণ
(b) ফেন ওপঙন
(c) বিদ্যুৎ বিশ্লেষণ
(d) গ্রেভিটি চেপাবেছন
উত্তৰঃ (b)
Q 4.কংক্রিটত কি কি থাকে?
(a) বালি, শিল আৰু পানী
(c) চিমেন্ট, শিল আৰু পানী
(C) চিমেন্ট, বালি আৰু পানী
(D) চিমেন্ট, শিল, বালি আৰু পানী
উত্তৰ:(d)
Q.5=বায়ুত কি গেছৰ পৰিমাণ সর্বাধিক?
(a) নাইট্র'জেন
(b) কার্বন ডাই অক্সাইড
(c) অক্সিজেন
(d) হাইড্র'জেন
উত্তৰ: (a)
Q6.লাফিং গেছ কি?
(a) নাইট্র 'জেন ডাই অক্সাইড
(চ) ছালফার ডাই অক্সাইড
(১) নাইট্রাছ অক্সাইড
(c) কার্বন ডাই অক্সাইড
উত্তৰ: (d)
Q6. ছিলিকন (Si), মেগনেছিয়াম (Mg), ব'ৰণ (B) আৰু লিথিয়াম (Li), সিহঁতৰ যোজ্যতাৰ ক্রমবৃদ্ধি অনুসাৰে সজালে
এনে হ'ব-
(a) Li<Mg<B<Si
(b) Si<Li<B<Mg
(c) Li<B<Mg<Si (
d) B<Mg<Li<Si
উত্তৰ: (a)
Q7. প্রমাণ চাপ আৰু উষ্ণতাত 1.12 লিটাৰ CO,2ৰ ভৰ হৈছে-
(a) 44 গ্রাম
(b) 4.4 গ্রাম
(c) 2.2 গ্রাম
(d) 1.1 গ্রাম
উত্তৰ: (c)
Q8. পর্যাবৃত্ত তালিকাৰ কোনো এটা বৰ্গৰ মৌলসমূহৰ-
(a) পৰমাণুক্ৰমাংক একে
(b) পৰমাণু ভৰ একে
(c) যোজ্যতা ইলেকট্রনৰ সংখ্যা একে
(d) ধাতব ধর্মসমূহ এক।
উত্তৰ: (c)
Q9. পর্যাবৃত্ত তালিকাৰ কোনো এটা পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফাললৈ থাকিলে ইয়াৰ মৌলস
(a) বাঢ়ে
(c) প্রথমে বাঢ়ে পাছত কমে
(b) কমে
(d) প্রথমে কমে পাছত বাড়ে।
উত্তৰ: (c)
Q.10দুটা মৌল A আৰু B ৰ ইলেকট্রনীয় বিন্যাস যথাক্রমে 2.6 আৰু 2.8.2 মৌল দুটাই সৃষ্টি কন সংকেত হ'ব-
(a) A₂A,3
(b) BA
(c) AB,2
(d) A2,B
উত্তৰ: (b)
Q.11=তিনিযোৰ ইলেকট্ৰনৰ সমভাগী হৈ গঠিত হোৱা অণুটো হৈছে-
(a) F₂
(b) Cl,2
(c)O2
DA2B
উত্তৰ: (d)
Q.12তলত দিয়া কোনটোৱে দুটা ইলেকট্রন হেৰুৱাই নিয়মনৰ ইলেকট্রনীয় সজ্জা লাভ কৰে।
(c) 0,
(d) N
(a) Al
(b) Mg
উত্তৰ: (b)
Q12. ভাৰতৰ আইন অমান্য আন্দোলনত কেতিয়া আৰম্ভ হয়
উত্তৰ=1930
Q.13 জালিঁৱলাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ?
Ans: ১৯১৯চনৰ ১৩এপ্ৰিলত
Q14.