Top 15 MCQ সাধাৰণ জ্ঞান অসমীয়া ভাৰতৰ কুইজ চমু প্ৰশ্ন উত্তৰ
Top 15 MCQ সাধাৰণ জ্ঞান অসমীয়া ভাৰতৰ কুইজ চমু প্ৰশ্ন উত্তৰ
Q 1.অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয়?
Ans =ৰজনীকান্ত বৰদলৈ
Q2.মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন আছিল?
Ans=ইউৰি গাগাৰিন।
Q3= হিন্দী ভাষালৈ অনুদিত প্রথম অসমীয়া কিতাপখনৰ নাম কি আছিল?
Ans=চিত্ৰ ভাগৱত
Q4.কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
Ans= চুইজাৰলেণ্ড
Q5.পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি ?
Ans=ব্রাজিল
Q6. সূর্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয়?
Ans= জাপান।
Q7. বজ্রপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
Ans= ভূটান
Q 8.পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি আছিল?
Ans= আমাজান।
Q9.আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি আছিল ?
Ans=আফ্রিকা।
Q10.বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে?
Ans= রাচিংটন ডি চি।
Q11.হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
Ans= ফিনলেও
Q12.অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?
Ans=দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।
Q13.কিমান চনত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হৈছিল?
Ans=১৯৪৫ চনৰ ২৪ অক্টোবৰ।
Q14.Mount Etna, এটা সক্রিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?
Ans= ইটালী
Q15বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
Ans= ৭ খন।
Main page= 🔗 link